'চিৰন্তন সাহিত্যৰ দিন'ৰ বঁটা প্ৰদান অনুষ্ঠান স্থগিত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday, 17 June 2022

'চিৰন্তন সাহিত্যৰ দিন'ৰ বঁটা প্ৰদান অনুষ্ঠান স্থগিত

 



W7s news ষ্টাফৰিপোৰ্টাৰ :"চিৰন্তন সাহিত্যৰ দিন"ৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত কৰিবলৈ লোৱা "ৰোহিণীৰ কুমাৰ পাঠক সোঁৱৰণী বঁটা আৰু গণ কবিতাৰ দিন" অনুষ্ঠানটো গুৱাহাটীৰ সাম্প্ৰতিক অভাৱনীয় বান পৰিস্থিতি তথা বতৰ বিজ্ঞানীসকলে কৰা পূৰ্বানুমানৰ আধাৰত অগন্তক ২০ জুনলৈ  প্ৰৱল বৰষুণ হ'ব বুলি কৰা ঘোষণাৰ পৰিপ্ৰেক্ষিতত সাময়িকভাবে স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে । পৰৱৰ্তী সময়ত যেতিয়া অনুষ্ঠানৰ সময় নিৰ্দ্ধাৰণ কৰা হ'ব --- সেই আমন্ত্ৰণৰ অনুৰোধ যথাসময়ত জনোৱা হ'ব  বুলি চিৰন্তন সাহিত্যৰ দিনৰ সভাপতি

জলদবৰণ মহন্ত আৰু সম্পাদক শঙ্কৰ শইকীয়াই জানিবলৈ দিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here