বৰঝাৰত ‘ইডিট ইউনিচেন্স চেলুন” মুকলি অভিনেত্রী আলিশমিতা গোস্বামীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 10 May 2022

বৰঝাৰত ‘ইডিট ইউনিচেন্স চেলুন” মুকলি অভিনেত্রী আলিশমিতা গোস্বামীৰ

 


W7s news গুৱাহাটী : বৰঝাৰ বিমান বন্দৰৰ সমীপত 'ইডিট ইউনিচেক্স চেলুন' মুকলি কৰা হয়। অসমীয়া চলচ্চিত্র অভিনেত্রী আলি


শমিতা গোস্বামীয়ে আজি ‘ইডিট ইউনিচেন্স চেলুন' আনুষ্ঠানিকভাৱে মুকলি কৰে। চেলুনখনৰ অংশীদাৰ ধীৰাজ খট্টৰ, যোগেশ উপাধ্যায় আৰু জীতেন্দ্ৰ খট্টৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানত অভিনেত্রী আলিশমিতা গোস্বামীয়ে কয় যে চহৰৰ পৰা আঁতৰত কিন্তু বিমানবন্দৰৰ ওচৰত এই ‘ইডিট ইউনিচেন্স চেলুন’ মুকলি কৰাৰ লগে লগে কেৱল স্থানীয় লোকেই নহয়, দেশ-বিদেশৰ পৰা অহা লোকসকলেও এই সেৱাৰ সুবিধা ল'ব পাৰিব। তেওঁ কয় যে দীর্ঘদিন ধৰি এই ক্ষেত্ৰত অত্যাধুনিক আৰু সম্পূৰ্ণৰূপে সজ্জিত ইউনিচেন্স পার্লাৰৰ অভাৱ আছিল যিটো আজি সম্পূর্ণ হৈছে। এই উপলক্ষে চেলুনখনৰ মুৰব্বী খট্টৰে কয় যে একে সময়তে ছজনকৈ লোকে এই সেৱা লাভ কৰিব পাৰিব। ১২০০ বর্গফুটত স্থাপন কৰা হৈছে এই ইডিট ইউনিচেন্স চেলুন। চুলি কটা, চুলিৰ বং, মসৃণকৰণ, ফেচিয়েল, টেট্র. নখ সম্প্ৰসাৰণ কইনাৰ ৰূপসজ্ঞা, মেহেন্দিকে ধৰি বিভিন্ন প্ৰকাৰৰ সেবা উপলদ্ধ হৈছে। এই সেবাসমূহ লাভ কৰিবলৈ প্রি বুকিংও কৰিব পাৰিব সকলো গ্রাহকে। এই উপলক্ষে অংশীদাৰ উপাধ্যায়ে কয় যে এই চেলুনত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ প্ৰসাধন সামগ্রী ব্যবহার করা হয়। গ্রাহকৰ ছাল আৰু চুলি অনুসৰি, শিল্পীসকলে তেওঁলোকক প্রসাধন ব্লেণ্ড ব্যবহার কৰিবলৈ পরামর্শ দিয়ে। স্থানীয়ৰ উপৰিও গ্রাহকসকলক উন্নত সেবা প্রদান কৰাৰ বাবে পঞ্জাবৰ প্রশিক্ষিত হেয়ারড্ৰেচাৰ, পশ্চিম বংগৰ বিউটিচিয়ান আৰু টেট শিল্পীসকলক এই চেলুনত লাভ কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here