কংগনা ৰাণাৱটৰ কেৰিয়াৰেই নহয় 'ধাকড়' বলীউডৰ শ্ৰেষ্ঠ ফ্লপৰ তালিকাত প্ৰৱেশ কৰিবলৈ সাজু হৈছে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 28 May 2022

কংগনা ৰাণাৱটৰ কেৰিয়াৰেই নহয় 'ধাকড়' বলীউডৰ শ্ৰেষ্ঠ ফ্লপৰ তালিকাত প্ৰৱেশ কৰিবলৈ সাজু হৈছে

 


W7s news নিউজ ডেস্ক:কংগনা ৰাণাৱটৰ কেৰিয়াৰেই নহয় 'ধাকড়' বলীউডৰ শ্ৰেষ্ঠ ফ্লপৰ তালিকাত প্ৰৱেশ কৰিবলৈ সাজু হৈছে।ব


ক্স অফিচৰ (Box Office)  তথ্য অনুসৰি অষ্টম দিনটোত (২৭ মে') চলচ্চিত্ৰখনে ৪,৪০০ টকাৰ ব্যৱসায় কৰিছে। সমগ্ৰ দেশৰ মাত্ৰ ৫০জনতকৈও কম লোকে চিনেমাখন চাইছে। টিকট বিক্ৰী হৈছে প্ৰায় ২০টা।

কিন্তু মহিলা কেন্দ্ৰিক ছুপাৰ-হিৰো চলচ্চিত্ৰসমূহৰ ভিতৰত 'ধাকাড়' (Dhaakad) হৈছে আটাইতকৈ বেছি বাজেটৰ চলচ্চিত্ৰ। কংগনা, জন আব্ৰাহামৰ এই চলচ্চিত্ৰখন ১০০ কোটি ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। বক্স অফিচৰ তথ্য অনুসৰি চলচ্চিত্ৰখনে মুঠ ৩ কোটি টকাৰ ব্যৱসায় কৰিছে অষ্টম দিনটোলৈ। ইয়াক লৈ বলিউডত নানা চৰ্চা আৰম্ভ হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here