পাঞ্চজন্য ভৱনত পৰিষদৰ প্ৰান্তৰ অন্তৰ্গত বিভিন্ন জিলাৰ আইনজ্ঞ সকলৰ মাজত কৰ্মশালা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 28 May 2022

পাঞ্চজন্য ভৱনত পৰিষদৰ প্ৰান্তৰ অন্তৰ্গত বিভিন্ন জিলাৰ আইনজ্ঞ সকলৰ মাজত কৰ্মশালা

 



W7s news ষ্টাফৰিপোৰ্টাৰ:   মহানগৰীৰ উলুবাৰীস্থিত পাঞ্চজন্য ভৱনত বিধি প্ৰকোটৰ বিশ্ব হিন্দু পৰিষদৰ প্ৰান্তীয় বৈঠক খন শনিবাৰে পুৱা ১০ বজাত

 অনুষ্ঠিত হয় । কেন্দ্ৰীয় অধিকাৰী সুদীপ্ত মজুমদাৰ উপস্থিত থকা বৈঠকখনত উপস্থিত থাকে ক্ৰমে ক্ষেত্ৰীয় সংগঠন মন্ত্ৰী দিনেশ তেৱাৰী , পৰিষদৰ প্ৰান্তীয় সভাপতি ডাঃ মুনীন্দ্ৰ মোহন ডেকা সম্পাদক পল্লব পৰাশৰৰ উপৰিও কেবা গৰাকী প্ৰান্তীয় বিষয় ববীয়া উপস্থিত থাকে । উক্ত প্ৰান্তীয় বৈঠকতে পৰিষদৰ উত্তৰ পূৱ প্ৰান্তৰ অন্তৰ্গত বিভিন্ন জিলাৰ পৰা অহা আইনজ্ঞ সকলৰ মাজত কৰ্মশালাও অনুষ্ঠিত হয় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here