বিবেকানন্দ কেন্দ্ৰত 'চাইবাৰ সুৰক্ষা' সজাগতামূলক সভাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 28 May 2022

বিবেকানন্দ কেন্দ্ৰত 'চাইবাৰ সুৰক্ষা' সজাগতামূলক সভাৰ

 




W7s news ষ্টাফৰিপোৰ্টাৰ:  বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰী, কামৰূপ বিভাগৰ উদ্যোগত শনিবাৰে গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত এখন 'চাইবাৰ সুৰক্ষা' সজাগতামূলক সভাৰ আয়োজন কৰা হয। এই সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি অসম আৰক্ষীৰ কমিউনিকেশ্বনৰ আৰক্ষী অধীক্ষক বিৰাজ দাসে চাইবাৰ অপৰাধ সম্পৰ্কে ৰাইজক দৃশ্য শ্ৰাব্য মাধ্যমেৰে নানা উদাহৰণ দি বহলাই ব্যাখ্যা কৰে। লগতে ৰাইজে যাতে চাইবাৰ অপৰাধৰ বলি হ'বলগীয়া নহয় তাৰবাবে ৰাইজক সজাগ সচেতনে হ'বলৈ আহ্বান জনায়। এই অনুষ্ঠানত বিবেকানন্দ কেন্দ্ৰ কন্যাকুমাৰী কামৰূপ বিভাগৰ সঞ্চালক মানস ৰায় বৰুৱা,

 সহ বিভাগ সমূহ অৰূপত কুমাৰ বৰা, বিবেকানন্দ কেন্দ্ৰ সাংস্কৃতিক সংস্থাৰ যুটীয়া সম্পাদক দীপাংকৰ মহন্ত আদি উপস্থিত থাকে। এই উপলক্ষে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here