৫২ নং ৱাৰ্ডত চি পি আই এমৰ প্ৰচাৰ তুংগত* - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 10 April 2022

৫২ নং ৱাৰ্ডত চি পি আই এমৰ প্ৰচাৰ তুংগত*

 *



*ৰাইজৰ সঁহাৰিয়ে জয়ৰ নিশ্চিত বাৰ্তা কঢ়িয়াই আনিছে : ভূপেন্দ্ৰ বৰ্মন*


W7s News ষ্টাফৰিপোৰ্টাৰ: ৫২ নং ৱাৰ্ডত চি পি আই(এম) প্ৰাৰ্থী ভূপেন্দ্ৰ বৰ্মনৰ সমৰ্থনত দলটিয়ে ইতিমধ্যে ব্যাপক প্ৰচাৰ আৰম্ভ হ'ল ।প্ৰাৰ্থী ভূপেন্দ্ৰ বৰ্মনৰ লগতে দলৰ সভ্য-সমৰ্থকসকলে ৱাৰ্ডৰ ঘৰে ঘৰে ৰাইজৰ লগত আলোচনাত মিলিত হৈছে। ৰাইজৰ প্ৰচুৰ উৎসাহ উদ্দীপনাই জয়ৰ নিশ্চিত বাৰ্তা কঢ়িয়াই আনিছে বুলি প্ৰাৰ্থীজনে মন্তব্য কৰে। উল্লেখ্য, বছৰ বছৰ ধৰি ৱাৰ্ডটিৰ ৰাইজে বিশুদ্ধ খোৱাপানী, সুচল ৰাস্তাঘাট, মাটিৰ পট্টাৰ অভাৱত জীয়াতু ভুগি আহিছে। এই সমস্যা সমূহৰ পৰিত্ৰাণ বিচাৰি ৰাইজে কংগ্ৰেছ-বিজেপিৰ বিকল্পৰ সন্ধান কৰিছে বুলি ৰাইজে মতপোষণ কৰিছে। ৰাইজৰ সমস্যাসমূহ সমাধানৰ হকে অহৰ্নিশে কাম কৰিব বুলি প্ৰাৰ্থীজনে ৰাইজক আশ্বাস প্ৰদান কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here