গুৱাহাটীত তিনিবছৰ সম্পূৰ্ণ কৰিলে লুৱেৰ এস্থেটিকছে - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Saturday, 9 April 2022

demo-image

গুৱাহাটীত তিনিবছৰ সম্পূৰ্ণ কৰিলে লুৱেৰ এস্থেটিকছে

Responsive Ads Here

 

IMG_20220409_225816


W7s News ষ্টাফৰিপোৰ্টাৰ : ২০১৯ চনত তিনিজন লোকেৰে গঠন হোৱা লুৱেৰ এস্থেটিক্ছ-এ গুৱাহাটীত তিনিটা বছৰ সম্পূৰ্ণ কৰিলে ৷ তিনিটা বছৰ গুৱাহাটীত সম্পূৰ্ণ কৰাৰ পিছত লুৱেৰ এস্থেটিক্‌ছ-এ তেওঁলোকৰ দ্বিতীয়খন এস্থেটিক্‌ছ ছল্যুচন ক্লিনিক মেঘালয়ৰ ৰাজধানী শ্বিলঙত শুভাৰম্ভৰ ঘোষণা কৰিছে । শনিবাৰে বেলতলাৰ ৱাৰলেছস্থিত লুৱেৰ এস্থেটিকছ ক্লিনিকত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰে উত্তৰ-পূবৰ উদ্যমী তথা এই ব্ৰেণ্ডৰ প্ৰতিষ্ঠাপক বঁটাপ্ৰাপক ক্লিনিকেল ক’ছমটোলজিষ্ট ডাঃ দেৱাশীয়ে৷ তেওঁ কয় যে ২০১৯৩ প্রতিষ্ঠা কৰা আমাৰ ক্লিনিকখনে গ্ৰাহকৰ পৰা অফুৰন্ত সঁহাৰি লাভ কৰিছে । গ্রাহকসকলক স্কিন, হেয়াৰ, লেজাৰ ট্রিটমেন দিয়া হয় বিশেষ অফাৰৰ জৰিয়তে। তেওঁ বিভিন্ন ৰাষ্ট্ৰীয় বঁটাৰে সন্মনিত হৈচে। তেওঁ হলীউড থেৰাপী প্ৰদান কৰে য'ত আছে আলমা ক্লিয়াৰ লিফ্ট, ক্লিয়াৰ স্কীন, আল্ট্রাচেল এমএনআৰএফকে ধৰি আন বহুতো।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *