৫২ নং ৱাৰ্ডত আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী যুঁজ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 19 April 2022

৫২ নং ৱাৰ্ডত আকৰ্ষণীয় হৈ উঠিছে নিৰ্বাচনী যুঁজ

 


চি পি আই (এম)ৰ শ্লোগানে ৰাইজক আকৰ্ষিত কৰিছে: ভূপেন্দ্ৰ বৰ্মন




W7s news ষ্টাফৰিপোৰ্টাৰ: ৫২ নং ৱাৰ্ডৰ চি পি আই এমৰ প্ৰাৰ্থী ভূপেন্দ্ৰ বৰ্মনৰ সমৰ্থনত মঙলবাৰে ৱাৰ্ডৰ প্ৰতিটো অঞ্চলত ব্যাপক প্ৰচাৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। ভালেসংখ্যক সভ্য সমৰ্থকক লগত লৈ প্ৰাৰ্থী ভূপেন্দ্ৰ বৰ্মনে পাথৰকোৱাৰী, নাৰেংগী, যুৱনগৰ, কাৰ্বন গে'ট, বড়ো চ'ক, গীতানগৰ, কুশল নগৰত পথসভাত অংশগ্ৰহণ কৰে। বিনামূলীয়া বিশুদ্ধ খোৱাপানী যোগান, মাটিৰ পট্টা, ৰাস্তা-ঘাট আদিৰ উন্নয়নৰ বিষয়তোৱে ৰাইজক প্ৰভাৱান্বিত কৰিছে আৰু ই দলৰ জয়ৰ সম্ভাৱনা প্ৰবল কৰি তুলিছে বুলি ভূপেন্দ্ৰ বৰ্মনে বক্তব্য ৰাখে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here