বিশ্ব পশু চিকিৎসা দিৱস - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 27 April 2022

বিশ্ব পশু চিকিৎসা দিৱস

 




W7s news ষ্টাফৰিপোৰ্টাৰ : বিশ্ব পশু চিকিৎসা দিৱস উপলক্ষে ৩০ এপ্ৰিলত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অন্তৰ্গত পশু চিকিৎসালয় চৌহদত পুৱা ৯ বজাৰ পৰা কুকুৰ মেকুৰীৰ বাবে বিনামূলীয়াকৈ জ্বলাতংক ৰোগৰ ছিটাকৰণ শিবিৰৰ আয়োজন কৰা হৈছে। এই শিবিৰত ইচ্ছুক ব্যক্তিয়ে নিজৰ পোহনীয়া,তোলনীয়া কুকুৰ মেকুৰীক ছিটা দিয়াবলৈ আনিব পৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here