চণ্ডীগড় গ্ৰুপ অফ কলেজৰ তৰফৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীৰ বাবে ৭ কোটি টকাৰ জলপাণি ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 27 April 2022

চণ্ডীগড় গ্ৰুপ অফ কলেজৰ তৰফৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীৰ বাবে ৭ কোটি টকাৰ জলপাণি ঘোষণা

 


W7s news ষ্টাফৰিপোৰ্টাৰ: চণ্ডীগড় গ্ৰুপ অফ কলেজৰ তৰফৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীৰ বাবে ৭ কোটি টকাৰ জলপাণি ঘোষণা কৰা হৈছে। বুধবাৰে চণ্ডীগড় গ্ৰুপ অফ কলেজৰ উদ্যোগত গুৱাহাটী প্ৰেছ অনুষ্ঠিত এখন সাংবাদমেলত এই কথা সদৰী কৰে চণ্ডীগড় গ্ৰুপ অফ কলেজ মাৰ্কেটিং মেনেজাৰ অভিষেক জয়চোৱালে। তেওঁ লগতে কয়-উত্তৰ-পূৰ্বাঞ্চলৰ কোনো শিক্ষার্থী যাতে শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া নহয় তাৰ বাবেই আমি এই ব্যৱস্থা হাতত লৈছো। ক'ভিডৰ সময়চোৱাত বহু শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় এৰিব লগীয়া হৈছিল। তাৰ প্ৰতি লক্ষ্য ৰখি আমি নতুন পাঠ্যক্ৰম চি জি চি জোশ ২০২২-২৩বৰ্ষৰ জলপাণি মুকলি কৰিছো । ইয়াৰ শিক্ষাৰ্থী জনে স্নাতক পৰ্যায়ৰ পৰা জলপাণি দিয়া হ'ব । এই জলপাণিৰ জৰিয়তে শিক্ষাৰ্থীয়ে বি এছ ফৰেনচিক চায়েঞ্চ, বি টেক আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, বি এছ চি চাইবাৰ চিকিউৰিটি  আদি পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে। আমাৰ মুঠ ৩২oo আসন আছে।'সংবাদমেলত চণ্ডীগড় গ্ৰুপ অফ কলেজৰ সৰ্ব ভাৰতৰ  মাৰ্কেটিং আৰু নামভৰ্তিৰ মূৰব্বী ডঃ হিতেশ কোলাটা উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here