মিছেছ ইণ্ডিয়া হোমমেকাৰ্ছৰ ১৭ সংখক সংস্কৰণ সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 22 April 2022

মিছেছ ইণ্ডিয়া হোমমেকাৰ্ছৰ ১৭ সংখক সংস্কৰণ সম্পন্ন

 


W7s News ষ্টাফৰিপোৰ্টাৰ: সৌন্দৰ্য প্ৰতিযোগিতা মিছেছ ইণ্ডিয়া হোমমেকাৰ্ছৰ ১৭ সংখক সংস্কৰণত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠত্বৰ খিতাপ অর্জন কৰিছে গুৱাহাটীৰ সাগৰিকা ৰয়ে। প্ৰতিযোগিতাখনত তেওঁ

মিছেছ ইণ্ডিয়া হোমমেকাৰ্ছ ২০২২ ৰ চূড়ান্ত বিজয়ীৰ খিতাপ অর্জন কৰিবলৈ সক্ষম হয়। তদুপৰি তেওঁক মিছেছ কুইন ইডনিভাৰ্ছ ২০২২ খিতাপেৰেও বিভূষিত কৰা হয়। দেশৰ ভিন্ন প্ৰান্তৰ প্ৰতিযোগিয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাখন ১৮ এপ্ৰিলত নতুন দিল্লীৰ অক্ষৰা থিয়েটাৰ প্ৰেক্ষাগৃহত নাজ যোশীৰ তত্বাবধানত অনুষ্ঠিত হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here