W7s News ষ্টাফৰিপোৰ্টাৰ: 'স্পন্দন শব্দৰ পৰা হৃদয়লৈ"ৰ উদ্যোগত আয়োজিত ৪০ বছৰৰ অনুৰ্দ্ধৰ লেখক-লেখিকা সকলৰ কবিতা পাণ্ডুলিপি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। প্ৰায় "২০২১ বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা" লাভ কৰিছে "অযুত অনন্ত নিঃসাৰ বসন্ত" পাণ্ডুলিপিৰ বাবে মামণি দাসে।পহিলা মে'ত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হ'ব লগীয়া স্পন্দনৰ সভাত মামণি দাসক এই বঁটা প্ৰদান কৰা হ'ব। এই বঁটাত আছে ১০,০০০টকা, এটা স্মাৰক, মানপত্ৰ আৰু অংগবস্ত্ৰ।
Post Top Ad
Responsive Ads Here
Friday 22 April 2022

"২০২১ বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা" ঘোষণা
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment