শুৱালকুছিৰ বিশুদ্ধ পাট কাপোৰৰ 'ৰামধেনু' মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 6 April 2022

শুৱালকুছিৰ বিশুদ্ধ পাট কাপোৰৰ 'ৰামধেনু' মুকলি

 




W7s news ষ্টাফৰিপোৰ্টাৰ : ৰঙালী বিহুৰ প্ৰাকক্ষণত বুধবাৰে নিউ গুৱাহাটীত  মুকলি কৰা হ'ল শুৱালকুছিৰ বিশুদ্ধ পাট কাপোৰৰ এখন বিপনী। শুৱালকুছিস্হিত পাট কাপোৰ প্ৰস্তুত  কৰা উদ্যোগ  স্বৰস্বতী চিল্ক উদ্যোগৰ ৰামধেনু নামৰ বিপনী খন মুকলি কৰে বিশিষ্ট অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। এই অনুষ্ঠানত ডিজাইনাৰ অঞ্জু বুঢ়াগোহাঁই, অনিতা চেতিয়া, উত্তৰ-পূব মহিলা উদ্যোগী সংস্থাৰ সম্পাদিকা ইন্দু সিং, আদি উপস্থিত থাকে। উল্লেখ্য, এই বিপনী খনত গ্ৰাহকে সুলভ মূল্যত পাট, মুগা, টচৰ, এৰিৰ মেখেলা চাদৰ, শাৰী, পুৰুষৰ চাৰ্ট,  কূৰ্টা, শিশু ৰ মেখেলা চাদৰ, কূৰ্টাৰ লগতে অসমীয়া গহণাও ক্ৰয় কৰিব পাৰিব। বিপনী খনত মেক আপ ষ্টুডিঅ'ৰো ব্যৱস্থা আছে। এই বিপনী খনৰ জৰিয়তে ডিজাইনাৰ বিনীতা বৈশ্য আৰু মধুস্মিতা বৈশ্যই শুৱালকুছিৰ দুখীয়া শিপিনী সকলক এখন বজাৰ দিয়াৰ প্ৰচেষ্টা কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here