অসম ৰাজ্যিক সংগ্ৰহালয়ত ডঃ ৰবীন দেৱচৌধুৰীৰ জীৱন আৰু কৃতিত্বৰ বিষয়ত আলোকপাত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 20 April 2022

অসম ৰাজ্যিক সংগ্ৰহালয়ত ডঃ ৰবীন দেৱচৌধুৰীৰ জীৱন আৰু কৃতিত্বৰ বিষয়ত আলোকপাত

 




W7s News ষ্টাফৰিপোৰ্টাৰ: অসম ৰাজ্যিক সংগ্ৰহালয়ত কলকলাল বৰুৱা প্ৰেক্ষাগৃহত বুধবাৰে প্ৰাক্তন সংগ্ৰহালয় সঞ্চালক ৰমেশ চন্দ্ৰ দাসৰ সভাপতিত্বত ৰাষ্ট্ৰীয় সংগ্ৰহালয় সঞ্চালক ভাৰতৰ প্ৰখ্যাত প্ৰাচীন ইতিহাসবিদ, সংগ্ৰহালয়বিদ, কলা ইতিহাসবিদ প্ৰয়াত ডঃ ৰবীন দেৱচৌধুৰীৰ জীৱন আৰু কৃতিত্বৰ বিষয়ে আলোকপাত হয়। তেওঁ আছিল প্ৰথম অসমৰ ৰাজ্যিক সংগ্ৰহালয়ৰ সঞ্চালক, প্ৰথম সংৰক্ষণ বিজ্ঞানাগাৰ সংগ্ৰহালয়ত স্থাপন কৰোতা, ৰাষ্ট্ৰীয় সংগ্ৰহলয়ত উত্তৰ পূব বিথীকা স্থাপন কৰোতা ।  সভাত তেওঁৰ জীৱন আৰু কৃতি সম্পৰ্কে  হেমপ্ৰভা মেধিয়ে বক্তব্য আগবঢ়ায়। পৰমেশ দেৱ চৌধুৰীয়ে শ্ৰদ্ধাঞ্জলি গ্ৰন্থ খন উন্মোচন কৰে। সভাত বিশিষ্ট অতিথি হিচাপে ডঃ গজেন অধিকাৰীৰ লগতে  সুনীল কুমাৰ গোস্বামী, বৰ্তমানৰ সংগ্ৰহালয়ৰ সঞ্চালক ৱাই এচ ৱালিংটন, প্ৰয়াত চৌধুৰীৰ পৰিয়ালৰ সদস্যৰ সৈতে বহুসংখ্যক অনুৰাগী উপস্থিত থাকে । সভাৰ আঁতধৰে পিংকু বৰা বৰদলৈয়ে  ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here