গুৱাহাটী প্ৰেছ ক্লাৱত সৃষ্টিৰ পদাতিকৰ কবি সন্মিলন, গ্রন্থ উন্মোচন, বঁটা প্রদান অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 3 April 2022

গুৱাহাটী প্ৰেছ ক্লাৱত সৃষ্টিৰ পদাতিকৰ কবি সন্মিলন, গ্রন্থ উন্মোচন, বঁটা প্রদান অনুষ্ঠান

 


W7s news ষ্টাফৰিপোৰ্টাৰ : 

সৃষ্টিৰ পদাতিক, নুনমাটি কবি সমাজ, ৰসৰাজ সাহিত্য-সাংস্কৃতিক সমাজ আৰু দক্ষিণায়ন গোষ্ঠীৰ সহযোগত সৃষ্টিৰ পদাতিকৰ কবি সন্মিলন, গ্রন্থ উন্মোচন, বঁটা প্রদান অনুষ্ঠান দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা হয়। সভাত বিভাৰাণী দাসৰ কবিতা সংকলন 'আকাশী চন্দ্রমাই উজ্বলাই তুলিছে,' ৰীতামণি


বৰদলৈৰ কবিতা সংকলন 'মই আৰু মোৰ ছাঁ' বিশিষ্ট কবি ড০ সুষমা মজুমদাৰ আৰু উপস্থিত বিশিষ্ট ব্যক্তি সকলে উন্মোচন কৰে। সম্বর্ধনা সভাত  বহু কেইজনবিশিষ্ট ব্যক্তিক  সমাজৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সম্বৰ্ধনা জনোৱা হয়। সভাত বহুকেইজন আমন্ত্ৰিত কবিয়ে কবিতা পাঠ কৰে। অনুষ্ঠানত সৃষ্টিৰ পদাতিক, অসমৰ প্ৰধান সম্পাদক মদন চন্দ্ৰ মেধিয়ে উপস্থিত সকলোকে আদৰণি জনোৱা অনুষ্ঠানত বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here