উলুবাৰী বক্সিং ক্লাৱৰ উদ্যোগত নাৰী দিৱস পালন - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Tuesday, 8 March 2022

demo-image

উলুবাৰী বক্সিং ক্লাৱৰ উদ্যোগত নাৰী দিৱস পালন

Responsive Ads Here

 

.com/img/a/


W7s News ষ্টাফৰিপোৰ্টাৰ : উলুবাৰী বক্সিং ক্লাৱৰ উদ্যোগত মঙলবাৰে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। এই উপলক্ষে ক্লাৱৰ সভাপতি মণিকা বড়ো, উপদেষ্টা ভৱানী বড়ো, সমাজকর্মী প্ৰণতি শৰ্মা, মহিলা উদ্যোগী মিনতি বড়ো আদিক সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে কছাৰী বস্তিৰ মহিলা সকলৰ মাজত গীত, নৃত্যৰ অনুষ্ঠানৰ লগতে খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হয় বুলি ক্লাৱৰ সদস্য মিনতি বড়োই জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *