W7s news ষ্টাফৰিপোৰ্টাৰ :
২৮, ২৯ মার্চ দেশজোৰা সাধাৰণ ধর্মঘট সফল কৰাৰ বাবে আহ্বান জনাইছে অসম চাহ মজদূৰ সংঘই।
অসম চাহ মজনুৰ সংঘ, কেন্দ্রীয় কার্যালয়ৰ উপ-সভাপতি তথা পানীতোলা শাখাৰ সম্পাদক, আই এন টি ইউ চি উজনি অসমৰ তত্ত্বাবধায়ক আৰু প্রাক্তন বিধায়ক ৰাহু চাহুৰে সংবাদ মাধ্যমক কয়- প্রধানমন্ত্ৰী মোডীৰ শ্ৰমিক কৰ্মচাৰী তথা দেশৰ জনস্বার্থ বিৰোধী নীতিৰ বিৰুদ্ধে ভাৰতৰ শ্রমিক কর্মচাৰীসকলে চলাই মহা ধাৰাবাহিক অংশ হিচাপে ট্রেড ইউনিউনিয়ন আৰু ফেডাৰেচনসমূহৰ যৌথ মঞ্চই লোৱা সিদ্ধান্তত ক্ৰমে ২৮, ২৯ মার্চত দেশাজোৰা ধর্মঘট সফল হোৱাৰ উদ্দেশ্যে দেওবাৰে অনম চাহ মজলুৰ সা প্রেক্ষাগৃহত অসমৰ সকলো শ্রমিক সংগঠন ক্রমে আই এন টি ইউ চি.এ আই টি ইউ চি, এইছ এম এছ. চি আই টি ইউ এ আই চি চি টি ইউ, এ আই ইউ টি ইউ চি. ইউ টি ইউ চি, সমিতি, সাধাৰণ বীমা কৰ্মচাৰী সমিতি, অসম প্ৰদেশিক বেংক কর্মচাৰী সম্বন্ধয়ৰক্ষী সমিতি, এ আই ডি ই এফ, পোষ্টেল এমপ্লয়িজ , ষ্টেট বেংক অৱ ইণ্ডিয়া ষ্টাফ এছ'চিয়েচন, কর্মচাৰী ফেডাৰেচন, কর্মচাৰী সমন্বয়ৰক্ষী সমিতি, এ আই ডি ই এফ. বি এছ এন এল এমপ্লয়িজ ইউনিয়ান, আশা কর্মী, অংগনৱাসী কর্মীৰ উপস্হিতিত শ্রমিক অভিবর্তন অনুষ্টিত হয়। সভাই
সকলো সংগঠনক আগন্তুক ২৮ আৰু ২৯ মাৰ্চৰ দেশজোৰা সাধাৰণ ধর্মঘট সফল কৰাৰ বাবে ব্যাপক গণ সমর্থন আদায়ৰ বাবে আহ্বান জনায়।
No comments:
Post a Comment