‘আপ’ ত যোগদানৰ মিছ কল নম্বৰ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 13 March 2022

‘আপ’ ত যোগদানৰ মিছ কল নম্বৰ মুকলি




W7s News ষ্টাফৰিপোৰ্টাৰ : সদ্য সমাপ্ত পৌৰসভা নিৰ্বাচনত তিনিচুকীয়া পৌৰসভা আৰু লখিমপু পৌরসভাৰ বিজয়ী আপৰ দুয়োজন প্রার্থী ক্রমে বীৰাজ সিং আৰু উদিতা দাস তথা দলীয় কর্মকর্তা উপস্থিতিত আপ অসমৰ ৰাষ্ট্ৰীয় তত্ত্বাবধায়ক বাজেশ শর্মা, বাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুরীই গুৱাহাটীস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ পৰা অসমৰ ৰাইজৰ বাবে মিছ কল নম্বৰ “৮০১০১০২৬২৬” মুকলি কৰে। সভাত ৰাষ্ট্ৰীয় তত্ত্বাবধায়ক  ৰাজেশ শর্মহি দুর্নীতি-ভ্ৰষ্টাচাৰৰ বিপৰীতে অসম আৰু অসমৰ ৰাইজৰ সৰ্বাংগীন উন্নয়ন তথা সং আৰু স্বচ্ছ ৰাজনীতিৰ বাবে দলে দলে আম আদমি পার্টীত যোগদান কৰিবলৈ আহ্বান জনায়।য়সভাত ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৬০ খন বার্ডততে আপে প্রার্থী প্রক্ষেপ কৰিব বুলি উল্লেখ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here