মাৰোৱাৰী হাস্পতালত বিনামূলীয়া চিকিৎসা শিৱিৰ - W7S News

Breaking News

demo-image

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Thursday, 31 March 2022

demo-image

মাৰোৱাৰী হাস্পতালত বিনামূলীয়া চিকিৎসা শিৱিৰ

Responsive Ads Here

 

IMG-20220401-WA0001

IMG-20220401-WA0000


W7s News ষ্টাফৰিপোৰ্টাৰ:  গুৱাহাটীৰ আঠগাওস্থিত মাৰোৱাৰী হাস্পতালৰ উদ্যোগত বৃহস্পতিবাৰে এটা বিনামূলীয়া চিকিৎসা শিৱিৰৰ আয়োজন কৰা হয়।এই শিবিৰত পাটনাৰ অস্থিৰোগৰ বিশেষজ্ঞ চিকিৎসক ডাঃ আশিষ সিং আৰু মাৰোৱাৰী হাস্পতালৰ ডাঃ ৰূপক পাটেলে চিকিৎসা সেৱা আগবঢ়ায়।পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ অনুষ্ঠিত এই শিবিৰত  প্ৰায় তিনি শতাধিক ৰোগীয়ে বিনামূলীয়াকৈ অর্থপিডকৰ চিকিৎসা সেৱা গ্ৰহণ কৰে। এই শিবিৰত হাস্পতালখনৰ মেডিকেল সেৱা সঞ্চালক জয়ন্ত প্ৰতাপ শৰ্মা, কাৰ্যকৰী কমিটিৰ সদস্য প্ৰদীপ ৱালকা উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *