'ম'ম'ঘৰ' ৰ' ২৯বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 31 March 2022

'ম'ম'ঘৰ' ৰ' ২৯বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন

 


 



W7s News ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীৰ আমবাৰীস্থ 'ম'ম'ঘৰে ' বৃহস্পতিবাৰে ২৯বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰে। এই উপলক্ষে 'ম'ম'ঘৰ'ৰ স্বত্বাধিকাৰী তপন কুমাৰ বৰুৱাৰ লগতে পৰিয়ালৰ লোকে  কেক কাটি ২৯বছৰীয়া প্ৰতিষ্ঠা পালন কৰে। এই উপলক্ষে অনুষ্ঠিত  ম'ম' খোৱা প্ৰতিযোগিতা বহুসংখ্যক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here