সৰবৰহী ব্যক্তি মুকুন্দ মাধৱ কলিতাৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 28 March 2022

সৰবৰহী ব্যক্তি মুকুন্দ মাধৱ কলিতাৰ মৃত্যু

 




W7s News ষ্টাফৰিপোৰ্টাৰ: ৰাজধানী নাৰ্চাৰীৰ স্বত্তাধিকাৰী মুকুন্দ মাধৱ কলিতাৰ ২৫ মার্চত  গুৱাহাটীৰ এপ'ল' হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৬ বছৰ। পলাশবাৰী নিবাসী সঞ্চিৰাম কলিতাৰ তৃতীয় পুত্ৰ মুকুন্দ মাধৱ কলিতাই ৫০ বছৰ আগতে গুৱাহাটীত ৰাজধানী নাৰ্চাৰী আৰম্ভ কৰিছিল। তেওঁ পৰহিতৈষী আৰু কঠোৰ পৰিশ্ৰমিক আছিল। যাৰ বাবে সমাজৰ প্ৰতিজন লোকৰে প্ৰিয়ভাজন আছিল। মৃত্যুৰ আগদিনালৈকে তেওঁ সমাজৰ কাম কৰি আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী, একমাত্র পুত্ৰ, দুজনী জীয়ৰী, নাতি নাতিনী আৰু  অসংখ্যা গুণমুগ্ধক এৰি যায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here