অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ উদ্যোগত অসম চৰকাৰৰ ২০২২ বৰ্ষৰ বিনামূলীয়া হিন্দী পাঠ্যপুথি বিভৰণৰ শুভাৰম্ভণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 15 March 2022

অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ উদ্যোগত অসম চৰকাৰৰ ২০২২ বৰ্ষৰ বিনামূলীয়া হিন্দী পাঠ্যপুথি বিভৰণৰ শুভাৰম্ভণি

 



W7s News ষ্টাফৰিপোৰ্টাৰ :অসম ৰাষ্ট্রভাষা সমিতি, গুৱাহাটীৰ উদ্যোগত অসম চৰকাৰৰ ২০২২ বর্ষৰ বিনামূলীয়া হিন্দী পাঠ্যপুথি বিতৰণৰ আৰম্ভণি অনুষ্ঠান মঙলবাৰে অনুষ্ঠিত হয়। এই অনুষ্ঠানত মুখ্য হিচাবে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক তথ্য অসম চৰকাৰ শিক্ষা উপদেষ্টা ননী গোপাল মহন্ত।এই অনুষ্ঠানত উপস্থিত থাকে এছ আই টি এ  ৰ উপদেষ্টা গোবিন্দ দাস, সম্পর্কৰক্ষী বিষয়া দীপাংকৰ বৰাৰ লগতে সমিতিৰ পদাধিকাৰী সমূহ বিষয়া কর্মী। সমিতিৰ মন্ত্রী ড০ ক্ষীৰদা কুমাৰ শইকীয়াই আদৰণি ভাষণ দিয়ে। সভাত  শলাগৰ শৰাই  সমিতিৰ কাৰ্যাধ্যক্ষ  ভাৰত ভূষণ মহন্তই আগবঢ়ায়। উল্লেখ্য, এই কাৰ্য্যসূচীৰ সেউজ সংকেতেৰে পতাকা জোকাৰি  অনুষ্ঠানৰ শুভাৰম্ভ কৰে শিক্ষা উপদেষ্টা  ননী গোপাল মহন্তই। অসম ৰাষ্ট্ৰভাষা প্রচাৰ সমিতিয়ে 'ক' শ্রেণীৰ পৰা দ্বাদস শ্ৰেণীলৈ হিন্দী ভাষাৰ  ভিন্ন বিষয়ৰ মুঠ ২৬,৭০,৪০০ কিতাপ ছপাইছে আৰু এই কিতাপসমূহ সৰ্বশিক্ষাৰ অধীনৰ ১৪৯ টা শিক্ষা খণ্ড আৰু ৩৫ খন জিলাৰ বিদ্যালয় সমূহ পৰিদৰ্শকলৈ পঠিওৱা মঙলবাৰে আৰম্ভনি কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here