বিশ্ব গ্রাহক অধিকাৰ দিৱস উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 15 March 2022

বিশ্ব গ্রাহক অধিকাৰ দিৱস উদযাপন

 



W7s news ষ্টাফৰিপোৰ্টাৰ : কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা জিলা খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহযোগত ধাৰাপুৰৰ তালুকভৱনত মঙলবাৰে বিশ্ব গ্রাহক অধিকাৰ দিৱস উপলক্ষে এখন সভা অনুষ্ঠিত কৰা হয়। মাজিৰ গাঁও পঞ্চায়তৰ সভাপতি ববিতা বৈশ্যই সভাপতিত্ব কৰা এই সভাত জিলা খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া- বৰ্গৰ উপৰি গৰল, আজাৰা, ধাৰাপুৰ আদি গাঁও পঞ্চায়তৰ সভাপতি- সম্পাদক আৰু ভালে সংখ্যাক স্থানীয় ৰাইজ উপস্থিত থাকে। সভাত আন আন বিশিষ্ট বক্তাৰ উপৰি যোগান পৰিদৰ্শক সুভাষ কুমাৰ শৰ্মাই গ্রাহক দিৱসৰ তাৎপর্য ব্যাখ্যা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here