জনপ্ৰিয় শিল্পী, গীতিকাৰ, সুৰকাৰ অপূৰ্ব বেজবৰুৱা অৱস্থা সংকটজনক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 8 February 2022

জনপ্ৰিয় শিল্পী, গীতিকাৰ, সুৰকাৰ অপূৰ্ব বেজবৰুৱা অৱস্থা সংকটজনক

 


ব্ৰেইন ষ্ট'কত আক্ৰান্ত জনপ্ৰিয় শিল্পী 

অপূৰ্ব বেজবৰুৱা



W7s News ষ্টাফৰিপোৰ্টাৰ : জনপ্ৰিয়  শিল্পী, গীতিকাৰ, সুৰকাৰ অপূৰ্ব বেজবৰুৱা সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।ব্ৰেইন ষ্ট'কত আক্ৰান্ত হোৱাৰ পাছত তেওঁক দিশপুৰ পলিক্লিনিক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে ।পৰিয়ালৰ সুত্ৰই জানিবলৈ দিয়া অনুসৰি  মঙলবাৰে পুৱা প্ৰায় ১০  বজাত হঠাতে অপূৰ্ব বেজবৰুৱাই অসুস্থতা অনুভৱ কৰি বিছনাত অচেতন হৈ পৰে।  ইয়াৰ পাছত ততালিকে এম্বুলেন্সত তেওঁক হাস্পাতাললৈ লৈ যোৱা হয় । ইতিমধ্যে চিটি স্কেন সম্পন্ন কৰাৰ পাছত তেওঁ ব্ৰেইন ষ্ট্ৰ'কত আক্ৰান্ত হোৱা বুলি চিকিৎসকে সদৰি কৰিছে । এতিয়াও অচেতন অৱস্থাত আছে শিল্পীগৰাকী । দিশপুৰ পলিক্লিনিকৰ আই চি ইউত চিকিৎসাধীন হৈ আছে শিল্পীগৰাকী ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here