বতৰ বিজ্ঞান কেন্দ্রৰ আগজাননী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 8 February 2022

বতৰ বিজ্ঞান কেন্দ্রৰ আগজাননী

 



W7s News ষ্টাফৰিপোৰ্টাৰ: মিৰ্জাস্থিত আঞ্চলিক

বতৰ বিজ্ঞান কেন্দ্ৰই বতৰৰ আগজাননী জনাইছে।আকৌ কাইলৈৰ পৰা অসমসহ উত্তৰ-পূৱৰ কেবাখনো ৰাজ্যত ঠাইবিশেষে পাতলীয়াৰ পৰা বৰষুণৰ সম্ভাৱনা ।


কিছুঠাইত শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে। অৰুণাচল প্ৰদেশৰ বহু ঠাইত পৰিব পুনৰ বৰফ।  নিম্নগামী হ'ব তাপমাত্ৰা। তদুপৰি অব্যাহত থাকিব শীতপ্ৰবাহ ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here