W7s news নিউজ ডেস্ক: ১৫ ফেব্ৰুৱাৰীৰ পৰা ক'ভিড সম্পৰ্কীয় সকলো নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত। অনুষ্ঠিত কৰিব পাৰিব অসমৰ বাপতিসাহোন উৎসৱ বিহু।১৫ ফেব্ৰুৱাৰীৰ পৰা সকলোবোৰ বিদ্যালয় মুকলি হ'ব।স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হ'ব। উঠাই দিয়া হ'ল কাৰ্ফিউ। কেৱল মাস্ক পিন্ধাটো বাধ্যতামূলক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত এই কথা সদৰী কৰে।
No comments:
Post a Comment