মাজুলীত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লৈ চিপিআই (এম-এল)ৰ সমৰ্থন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 21 February 2022

মাজুলীত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লৈ চিপিআই (এম-এল)ৰ সমৰ্থন

 


W7s news ষ্টাফৰিপোৰ্টাৰ: চিপিআই (এম এল)  দলে   মাজুলী উপ-নিৰ্বাচনত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক   সমৰ্থন আগবঢ়াইছে। সোমবাৰে দলটোৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক ৰুবুল শৰ্মাই এই কথা সদৰী কৰে। তেওঁ কয়  -পলমকৈ হলেও বিৰোধী ঐক্যবদ্ধ হবলৈ সক্ষম হোৱাটো শুভ লক্ষণ ।কিন্ত একে সময়তে দলটোৱে নূন্যতম কৰ্মসূচীৰ ভিত্তিত বিৰোধী শক্তিসমূহৰ নীতিগত ঐক্যৰ  ওপৰত গুৰুত্ব আৰোপ কৰে।   চৰকাৰী অবজ্ঞাজনিত কাৰণত সংঘটিত হোৱা অসমৰ ইতিহাসৰ অন্যতম কৰুণতম দুৰ্ঘটনাৰ সাক্ষী  আৰু প্ৰধানমন্ত্ৰী মোডীৰ মিছা প্ৰতিশ্ৰুতিৰ বলি মাজুলীবাসীয়ে এইবাৰ  চৰকাৰী অসক্ষমতা আৰু ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে ভোটদান কৰিব বুলি দৃঢ়তাৰে বিশ্বাস কৰে।চিপিআই (এম এল)  দলে লগতে জাতি-মাটিক সকলো ক্ষেত্ৰতে বিশ্বাসঘাটকতা কৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ হিটলাৰী শাসনৰ বিৰুদ্ধে এক মোক্ষম আঘাত হানিবলৈ মাজুলীবাসীৰ প্ৰতি আহ্বান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here