ডায়েবেটিচ ৰোগীয়ে ৰাতি ভাত খাব নে ৰুটি খাব ??? - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 22 February 2022

ডায়েবেটিচ ৰোগীয়ে ৰাতি ভাত খাব নে ৰুটি খাব ???

 আচাৰ্য পংকজ পাঠকৰ পৰামৰ্শ



যিদিনা আপুনি ভাত এৰি ৰাতি ৰুটি খাব ধৰিলে , সিদিনা গম পাব যে আপুনি  ডায়েবেটিচৰ ঔষধৰ  স্থায়ী গ্ৰাহক হল ।।লাহে লাহে ঔষধে কাম নিদিব আৰু আপুনি ইনচুলিন লব লগা হব। তাৰ পিছত এদিন কিডনী নষ্ট হব । এইদৰে আপোনাৰ জীৱনৰ সমস্ত উপাৰ্জন এদিন  মেডিচিন কোম্পানীয়ে লৈ লব ।।। 

গতিকে ষড়যন্ত্ৰৰ  শিপা কত আছে বুজি লওঁক ।।   

আয়ুৰ্বেদ অনুসৰি মানুহ যি ঠাইৰ বাসিন্দা , সেই ঠাইৰ খাদ্য খাব লাগে ।  অসমত প্ৰচুৰ পৰিমাণে ধান হয় । অতীতৰ পৰাই আমি চাউল খাই আহিছোঁ ।  অতীতত কিয় ডায়েবেটিচ নাছিল । আজি কিয় ঘৰে ঘৰে ডায়েবেটিচ ৰোগী হৈছে ।। এইবোৰ ষড়যন্ত্ৰ যদি বুজি নাপায় , তেন্তে আপুনি এইবোৰৰ পৰা মুক্তিও নাপাব । 

ডয়েবেটিচ ৰোগীয়ে ভাত খাওঁক । কিন্তু polish কৰা চাউল নাখাব ।  polish কৰিলে চাউলৰ ওপৰৰ তৰপটো গুচি যায় । তেতিয়া সেই চাউলে বিভিন্ন বেমাৰৰ সৃষ্টি কৰে ।।   ডায়েবেটিচ ৰোগীৰ বাবে  আহু চাউল অমৃতৰ সমান । যদি আহু চাউল নাপায় , তেন্তে  উহোৱা চাউল খাওঁক ।।  polish কৰা চাউলৰ দৰে ডাইল polish কৰা নাখাব । হাট বজাৰৰ পৰা কিনি আনি খাওঁক । ঠিক সেইদৰে ডায়েবেটিচ ৰোগীয়ে pressure cooker আৰু এলুমুনিউমৰ বাচনত বনোৱা খাদ্য বন্ধ  কৰিব লাগিব । নহলে লাভ নহব । 

যদি কেতিয়াবা ৰুটি খায় , তেন্তে মৈদাৰ ৰুটি বা কেৱল আটাৰ ৰুটি নাখাব । যিসকলে ইনচুলিন লৈ আছে , তেওঁলোকে এবিধ বিশেষঃ আটা বনাই লব তলৰ অনুপাতত । 


ঘেঁহুৰ আটা  ১ কিলোঁ 


বাজ্ৰাৰ আটা ২  কিলোঁ 

আচল বুটৰ ডাইলৰ বেচন ২ কিলোঁ 


ফিটকীৰীৰ গুড়ি ১০ গ্ৰাম ।। 


ওপৰৰ বস্তুখিনি মিহলাই আটা বনাই ৰুটি খাব পাৰিব।  


সাধাৰণ ডায়েবেটিচ ৰোগীয়ে ফিটকীৰী মিহলাই নললে হব ।। 

ৰাতিৰ আহাৰ  সূৰ্য্য ডুবাৰ দুই ঘণ্টাৰ ভিতৰত খাওঁক ।  

এইদৰে খাদ্য খাই ডায়েবেটিচৰ ওপৰত বিজয় পাব পাৰিব ।  


ভাত এৰি ৰুটিত ধৰিলে ওলোটা হব ।। 

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here