বিষ্ণু নিৰ্মলা ভৱনত গ্ৰন্থ উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 28 February 2022

বিষ্ণু নিৰ্মলা ভৱনত গ্ৰন্থ উন্মোচন

 




W7s news ষ্টাফৰিপোৰ্টাৰ :  গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত সোমবাৰে অংকুৰণ প্ৰকাশনৰ উদ্যোগত দুখন গ্ৰন্থ উন্মোচন কৰা হয়। অংকুৰণ প্ৰকাশনৰ প্ৰকাশক হেমেন নাথে আঁতধৰা সভাখনত চন্দনা হীৰাৰ কবিতা পুথি 'মোৰ প্ৰেম কবিতাৰ স'তে উন্মোচন কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত তথা বৰাক উপত্যকাৰ  কবি, সাহিত্যিক সুহাগমণি বৰ্মনে আৰু শৰ্মিষ্ঠা বৰ্মনৰ কবিতা পুথি 'মোৰ আবেগৰ নীলা কামিজ' উন্মোচন কৰে অঞ্জু সাণ্ডিল্যই। উন্মোচকদ্বয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। 

এই উপলক্ষে লেখক, পাঠক আৰু উপস্থিত সুধী সমাজৰ মাজত এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত  বাবুল দাস, অনুপমা বৰ্মন অধিকাৰী, পুতুল দাস, আইৰিছ বৰ্মণ, শেৱালি অধিকাৰী আদি উপস্থিত থাকে।

1 comment:

  1. Casino Review 2021 - JTM Hub
    Find 김해 출장마사지 out the 부천 출장샵 best 여주 출장안마 casino 성남 출장마사지 games and games from the best software providers. Get top Casino Bonuses, Free Spins, Cashback. 논산 출장안마 Start Now.

    ReplyDelete

Post Bottom Ad

Responsive Ads Here