দিলীপ কুমাৰ শর্মাক জ্যেষ্ঠ মুখপাত্ৰ নিযুক্তি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 28 February 2022

দিলীপ কুমাৰ শর্মাক জ্যেষ্ঠ মুখপাত্ৰ নিযুক্তি

 




W7s news গুৱাহাটী : দিলীপ কুমাৰ শর্মাক অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ হিচাপে নিযুক্তি দিয়া হৈছে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভানেত্ৰী ছোনীয়া গান্ধীয়ে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে কাৰ্য নিৰ্বাহ কৰি থকা দিলীপ কুমাৰ শর্মাক জ্যেষ্ঠ মুখপাত্ৰ নিযুক্তি দিয়াৰ সিদ্ধান্তক  অনুমোদন জনাইছে। এই কথা এক পত্ৰযোগে দীলিপ কুমাৰ শৰ্মাক  জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here