তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 20 February 2022

তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি

 





 W7s news নিউজ ডেস্ক:তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।

২৫-২৭ ফেব্ৰুৱাৰীলৈ অসমত থাকিব ৰাষ্ট্ৰপতিগৰাকী।

ৰাষ্ট্ৰপতিগৰাকীয়ে উদ্বোধন কৰিব লাচিত বৰফুকনৰ ৪০০সংখ্যক জন্মজয়ন্তী। লগতে কামাখ্যা মন্দিৰ, কাজিৰঙা দৰ্শন কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here