বৰ্ষীয়ান গান্ধীবাদী নেত্ৰী, পদ্মশ্ৰী শকুন্তলা চৌধাৰীৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 20 February 2022

বৰ্ষীয়ান গান্ধীবাদী নেত্ৰী, পদ্মশ্ৰী শকুন্তলা চৌধাৰীৰ মৃত্যু

 




W7s news ষ্টাফৰিপোৰ্টাৰ : বৰ্ষীয়ান গান্ধীবাদী নেত্ৰী,বিশিষ্ট সমাজসেৱিকা,পদ্মশ্ৰী শকুন্তলা চৌধুৰীৰ দেওবাৰে নিশা মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০২ বছৰ। ওৰেটো জীৱন গান্ধীবাদী আদৰ্শৰে সমাজৰ সেৱা কৰা এইগৰাকী  বৰ্ষীয়ান নেত্ৰীৰ বিয়োগে গুৱাহাটী উলুবাৰীৰ কস্তুৰবা আশ্ৰমৰ লগতে ৰাজ্যৰ সমাজ জীৱনতো এক বিশাল শূন্যতাৰ সৃষ্টি কৰিলে৷ শেহতীয়াকৈ ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী সন্মানেৰে বিভূষিত হৈছিল শকুন্তলা চৌধাৰী । তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় ' 

 সমাজসেৱিকা শকুন্তলা চৌধাৰীৰ মহাপ্ৰয়াণৰ বাতৰিয়ে গভীৰভাৱে মৰ্মাহত কৰিলে৷  ওৰেটো জীৱন গান্ধীবাদী আদৰ্শৰে সমাজৰ সেৱা কৰা এইগৰাকী  বৰ্ষীয়ান নেত্ৰীৰ বিয়োগে গুৱাহাটী উলুবাৰীৰ কস্তুৰবা আশ্ৰমৰ লগতে ৰাজ্যৰ সমাজ জীৱনতো এক বিশাল শূন্যতাৰ সৃষ্টি কৰিলে৷ শেহতীয়াকৈ ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী সন্মানেৰে বিভূষিত চৌধাৰীৰ অতনু আত্মাৰ চিৰশান্তি কামনাৰে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ ৷'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here