ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ শোক প্রকাশ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 7 February 2022

ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ শোক প্রকাশ

 



W7s news ষ্টাফৰিপোৰ্টাৰ :  ভাৰতৰ সুৰ সংগীত সম্রাজী লতা মংগেশকাৰৰ অসমীয়া সংগীতৰ সৈতেও আছিল নিবিড় সম্পর্ক। ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জৰিয়তে অসমৰ সংগীত জগতলৈ বিশেষভাবে অবদান আগবঢ়াইছিল লতা মংগেশকাৰে। তেওঁৰ মৃত্যুত সমগ্র বাজাবাসীৰ লগতে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসো অতি মর্মাহত হৈ পৰিছে। ন্যাসৰ যুটীয়া সম্পাদক মঞ্জুলা হাজৰিকাই লতা মংগেশকাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় ' লতা মংগেশকাৰৰ মৃত্যুত ভাৰতীয় সংগীতৰ এটা যুগৰ অৱসান ঘটিল। ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত বহু চিৰযুগমীয়া সমন্বয়ৰ গীতত কণ্ঠদান কৰি অসমীয়া সংগীত জগতক উজলাই তুলিছে। তেওঁৰ মৃত্যুতে গভীৰ শোক প্রকাশ কৰাৰ লগতে আত্মাৰ চিৰশান্তি কামনা কৰিছে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here