পিয়ানো বাদক ৰণচা ৰ' Single 'LOST' উন্মোচন কল্পনা পাটোৱাৰীৰ সহযোগত অসমীয়া - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 22 January 2022

পিয়ানো বাদক ৰণচা ৰ' Single 'LOST' উন্মোচন কল্পনা পাটোৱাৰীৰ সহযোগত অসমীয়া

 


লোকসংগীতআৰু Jazz ৰ মিশ্ৰণ প্ৰথমবাৰৰ বাবে  


W7s News ষ্টাফৰিপোর্টাৰ:   অসমৰ নিজৰ পিয়ানো বাদক ৰণচা'ৰ 'single' LOST মুকলি কৰা হয়। LOST এটি পুৰণি অসমীয়া লোকসংগীত। LOST ক সুৰেৰে সজোৱাত ৰণচা'ৰ লগতে শিল্পী কল্পনা পাটোৱাৰী, দ্ৰামত সহযোগ কৰিছে ফেৰেঞ্চ নেমেথ (Hungary), বেছ গীটাৰত এলেকজেণ্ডাৰতথ (আমেৰিকা), নাধস্বৰামতমায়লৈ কৰ্তিকেয়ন (চেন্নাই)।

এই সংগীতৰ যাত্ৰা আৰু LOSTৰ জন্ম সুঁৱৰি শিল্পী ৰণচা'য়ে কয়-" এই গীততিত ৰাইজে অসমীয়া লোকগীতৰ সুৰৰ মূৰ্চনা অনুভৱ কৰিব পাৰিব। অসমীয়া গ্ৰাম্য জীৱনৰ দৈনন্দিন ব্যৱহৃত সুৰৰ মায়াজালত ভৱিষ্যত প্ৰজন্ম ই যাতে মোহ যাব পাৰে তাৰ চেষ্টা কৰা হৈছে।

তেওঁ লগতে কয় যে – Jazz হল মোৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। মোৰ সংগীতৰ যাত্ৰাত অসমীয়া সংস্কৃতিক গভীৰ ভাবে লব হলো  কল্পনা পাটোৱাৰীৰ সৈতে, যি ইতিমধ্যে অসমীয়া লোকসংগীতৰ জগতত প্ৰসিদ্ধ।

তেওঁকয়- আমি বেলেগ বেলেগ ঠাইৰপৰা আহি এক যু টীয়া প্ৰচেষ্টাৰে অসমীয়া থলুৱা সংস্কৃতিৰ সুৰ আৰু Jazz ৰ মিশ্ৰণ ঘটাইএ ক সুকীয়া আমেজ দিয়াৰ প্ৰয়াস কৰিছোঁ। আশাকৰোঁ ৰাইজে এই গীতটি আদৰি লব।

সুৰৰএই মিশ্ৰণত Mixing/ Mastering সহায় কৰিছে আমেৰিকাৰ দেৱদৰ্লিংটন।

ৰণচা হল এ  আৰ ৰহমান স্কলাৰ শ্বিপলৈ Berklee College of Music, Boston ৰ পৰা স্নাতক উপাধি লোৱা শিল্পী।

LOST, মাটি নামৰ এটি এলবামৰ প্ৰথম গীত।এই  album, ২০২২ জুন ত উন্মোচন কৰিবলে ঠিক কৰা হৈছে। এই গীতটি সকলোৰে বাবে উপলব্ধ  হব সকলো streaming  প্লেটফৰ্মত, যেনে Spotify, Apple Music, ইত্যাদি। ৰণচা ২০২০চনত,  "Speaking without Words" নামেৰে এটা একক পিয়ানো এলবাম মুকলি কৰিছিল। আৰু আমেৰিকাৰ সংগীতশিল্পী Isaiah Weathespoon ৰ সৈতে "Ron and Spoon Beat Tape Vol. 1" নামেৰে  album ২০১৮ চনত মুকলি কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here