ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ জি অ' চি-ইন-চীফ দায়িত্ব অসম সন্তানৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 25 January 2022

ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ জি অ' চি-ইন-চীফ দায়িত্ব অসম সন্তানৰ

 



W7s news নিউজ ডেস্ক


:  অসমবাসীৰ বাবে এক অতিকৈ গৌৰৱৰ মুহূৰ্ত। ক'লকাতাৰ ফ'ৰ্ট উইলিয়ামছত ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ জিঅ'চি-ইন-চীফ হিচাপে গুৰু দায়িত্ব গ্ৰহণ কৰে অসম সন্তান  লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই। উল্লেখ্য, ৰাণা প্ৰতাপ কলিতা এই পদত অধিষ্ঠিত হোৱা উত্তৰ-পূবৰো প্ৰথমজন সেনা বিষয়া৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here