W7s News ষ্টাফৰিপোৰ্টাৰ : অসমৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পুৰবী ডেইৰীয়ে দেশপ্ৰেমৰ উৎসাহেৰে ২৬ জানুৱাৰীত দেশৰ ৭৩ সংখ্যক গণৰাজ্য দিৱস উদ্
যাপন কৰে। গুৱাহাটীৰ পুৰবী ডেইৰীৰ প্ৰকল্প আৰু কাৰ্যালয়ত ৰাষ্ট্ৰীয় ত্ৰিৰংগা উত্তোলনেৰে এই বিশেষ দিনটো উদ্ যাপন কৰা হয়। ইয়াৰ পাছত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয়।
No comments:
Post a Comment