অসম ৰাজ্যিক মহিলা আয়োগৰ বৈঠক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 28 January 2022

অসম ৰাজ্যিক মহিলা আয়োগৰ বৈঠক

 





W7s News ষ্টাফৰিপোৰ্টাৰ: অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা ড০ হেমপ্ৰভা বৰঠাকুৰৰ অধ্যক্ষতাত শুকুৰবাৰে বৰ্ডৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত সদস্য সচিব  কাবেৰী শৰ্মা, নৱনিযুক্ত উপাধ্যক্ষা নীলিমা দেৱীৰ লগতে ছয়জনী সদস্য ক্রমে ববিতা শৰ্মা, পৰমী দাস, লাকি গগৈ, বর্ণালী শ‍ইকীয়া বড়া, বিনীতা শ‍ইকীয়া দে আৰু মামনী বড়া উপস্থিত থাকে। বৈঠকত আগন্তুক দিনত তৃণমূল পর্যায়ত মহিলা সকলক সজাগ আৰু সচেতন কৰিবৰ কাৰণে সিদ্ধান্ত গ্রহণ কৰা হয়। লগতে বৈঠকত সদস্যা সকলক পূৰ্ণগতিত কাম কৰাৰ বাবে জিলা সমূহ ভগাই দিয়াৰ লগতে কাম কৰাৰ সুবিধার্থে ৩-৪ খন উপ-সমিতি গঠন কৰা হয়। বৈঠকত অসম ৰাজ্যিক মহিলা আয়োগে মূখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here