সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 30 December 2021

সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা

 

W7s News ষ্টাফৰিপোর্টাৰ, ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা




বিজয়ীৰ নাম বৃহস্পতিবাৰে ঘোষণা কৰা হয়। বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে।'ইয়াত এখন অৰণ্য আছিল' নামৰ গ্ৰন্থখনৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে। আনহাতে ঔপন্যাসিক মৃণাল কলিতালৈ আগবঢ়োৱা হৈছে শিশু সাহিত্যৰ অকাডেমী বঁটা।‘বকুল ফুলৰ দৰে’ উপন্যাসৰ বাবে তেওঁ এই বঁটা লাভ কৰে। সেইদৰে  যুৱ লেখক অভিজিৎ বৰালৈ  'ডেউকা কোবাই যায়' গ্ৰছৰ বাবে আগবঢ়োৱা হৈছে সাহিত্য অকাডেমী যুৱ বঁটা।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here