১৫ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা,উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 30 December 2021

১৫ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা,উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

 


পৰীক্ষাৰ পূৰ্বে আৰম্ভ হ’ব ক’ভিডৰ ভেকচিনেচন প্রক্রিয়া


W7s News, ষ্টাফৰিপোর্টাৰ: ২০২২ৰ ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। বৃহস্পতিবাৰে  শিক্ষা বিভাগৰ এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। উল্লেখ্য,শিক্ষা বিভাগে এপ্রিলৰ প্রথম সপ্তাহৰ ভিতৰত পৰীক্ষা শেষ কৰাৰ লক্ষ্য লৈছে। পৰীক্ষাৰ পূৰ্বে আৰম্ভ হ’ব ক’ভিডৰ ভেকচিনেচন প্রক্রিয়া। ৩ জানুৱাৰীৰ পৰা প্রতি জিলাত প্রতিদিনে ১৫খনকৈ বিদ্যালয় ভেকচিনেচন প্ৰক্ৰিয়াত সামৰি লোৱাৰ লক্ষ্য লৈছে। এই সময়ছোৱাত অভিভাৱকেও ল’ব লাগিব দ্বিতীয় পালি ভেকচিন।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here