W7s News শ্বিলং:
শ্বিলঙত বৰফৰ আচ্ছাদন।
হঠাতে অহা এজাক শিলাবৃষ্টিৰ ফলত শ্বিলঙত তাপমাত্ৰা হ্ৰাস হয় ৩ ডিগ্ৰী চেলচিয়াছলৈ। তাৰ পাছতে শ্বিলং মূল নগৰীৰ লগতে সমীপৱৰ্তী এলেকাসমূহত ঢাকি ধৰে বৰফৰে চাদৰে। ইয়াকে লৈ পৰ্যটকৰ মাজৰ
শ্বিলঙৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে।

About W7S News
No comments:
Post a Comment