এন পি এছ বিৰোধীতাৰ সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই আহ্বান জনোৱা কাৰ্যসূচীলৈ সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থাৰ পূর্ণ সমর্থন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday, 22 December 2021

এন পি এছ বিৰোধীতাৰ সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই আহ্বান জনোৱা কাৰ্যসূচীলৈ সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থাৰ পূর্ণ সমর্থন

 


W7s News ষ্টাফৰিপোর্টাৰ : অসমৰ চৰকাৰী কৰ্মচাৰী সমাজৰ বাবে এন পি এছ ব্যৱস্থা এক অভিশাপ স্বৰূপ৷ এন পি এছ ব্যৱস্থাই অসমৰ চৰকাৰী কৰ্মচাৰী সমাজক এক ভয়াবহ অন্ধকাৰলৈ ধাবমান কৰিছে বুলি এক বিবৃতি যোগে কয় সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থাই। এন পি এছ বিৰোধীতাৰে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই ২৭ ডিচেম্বৰত

আহ্বান জনোৱা কাৰ্যসূচীলৈ সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থাই পূর্ণ সমর্থন জনায়। সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থাৰ অন্তৰ্গত সমূহ বিষয় ববীয়া তথা সদস্যকে উক্ত কাৰ্যসূচীত অংশ গ্রহন কৰিবলৈ অনুৰোধ  জনাইছে সদৌ অসম মুৰব্বী বিভাগীয় আমোলা সন্থাৰ সভাপতি গুণাৰাম গগৈ আৰু সাধাৰণ সম্পাদক ৰূপক কুমাৰ কলিতাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here