গুৱাহাটীৰ আৰ্টিষ্টছ গীল্ডত চিত্ৰ প্ৰদৰ্শনী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 12 December 2021

গুৱাহাটীৰ আৰ্টিষ্টছ গীল্ডত চিত্ৰ প্ৰদৰ্শনী

 




W7s News ষ্টাফৰিপোর্টাৰ: গুৱাহাটীৰ আৰ্টিষ্টছ  গীল্ডত দেওবাৰৰ পৰা এখন চিত্ৰ প্ৰদৰ্শনী আৰম্ভ হৈছে। চিত্ৰ শিল্পী তনয়া নন্দীৰ প্ৰদৰ্শনীখন মুকলি কৰে বিশিষ্ট চিত্ৰশিল্পী পুলক গগৈয়ে। তনয়া নন্দীৰ প্ৰদৰ্শনীখনত ২০খন  চিত্ৰ প্ৰদৰ্শনৰ লগতে বিক্ৰীৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 'তনয়াছ গেলেৰী' শীর্ষক  প্রদর্শনীখন ১৫ ডিচেম্বলৈ দিনৰ তিনি বজাৰ পৰা সন্ধিয়া ৭ বজালৈ দৰ্শকৰ বাবে মুকলি থাকিব।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here