গুৱাহাটী আৰ্টিষ্টছ গীল্ডত 'আনটাইটেল' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 12 December 2021

গুৱাহাটী আৰ্টিষ্টছ গীল্ডত 'আনটাইটেল'

 




W7s News ষ্টাফৰিপোর্টাৰ :  জিৰছং থিয়েটাৰ আৰু গুৱাহাটী আৰ্টিস্ট গীল্ডৰ যুটীয়া উদ্যোগত শনি আৰু দেওবাৰে  সন্ধিয়া ৫:০০ বজাত আৰু  ৬:৩০ বজাত  'আনটাইটেল' নামৰ এটা ডিভাইছড পাৰফ'ৰমেন্সৰ  প্ৰদৰ্শনী  গেলাৰী - গেগ , গুৱাহাটী আৰ্টিষ্টছ গীল্ডত  নিবেদন কৰা হয়। শিল্পী কিশোৰ কুমাৰ দাস আৰু নাট পৰিচালক ৰবিজিতা গগৈৰ যুটীয়া সৃষ্টি এই পাৰফৰমেন্সটোৰ দৈৰ্ঘ্য ৪০ মিনিট । দেওবাৰে গুৱাহাটী আৰ্টিষ্টছ গীল্ডত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে নাট পৰিচালক ৰবিজিতা গগৈয়ে।' সংবাদ মেলত গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ সাধাৰণ সম্পাদক কিশোৰ কুমাৰ দাসে কয় ' দৃশ্যকলা মাধ্যমক অলপ ব্যতিক্ৰমী ধৰণেৰে দৰ্শকৰ মাজলৈ লৈ যোৱাৰ আমাৰ প্ৰচেষ্টা অনাগত দিনতো অব্যাহত থাকিব।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here