ডি এন পি লিমিটেডৰ চতুৰ্দশ বাৰ্ষিকী উপলক্ষে সংবাদমেল সম্বোধন ৰূপম গোস্বামীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 12 November 2021

ডি এন পি লিমিটেডৰ চতুৰ্দশ বাৰ্ষিকী উপলক্ষে সংবাদমেল সম্বোধন ৰূপম গোস্বামীৰ

 

২০-২১ বর্ষত ডি এন পি লিমিটেডৰ ১০১.০৫ কোটি ৰাজহ আহৰণ



২০২২ চনত গুৱাহাটী মহানগৰীলৈ নতুন গেছ লাইন আৰম্ভ হোৱাৰ সম্ভাৱনা আছে




W7s News ষ্টাফৰিপোৰ্টাৰ: 'পূৰ্বে ১৩.৪৯ কোটি লাভৰ মুখ দেখা দুলিয়াজান, নুমলীগড় কোম্পানীয়ে আজি প্ৰায় ৪০.৬৯  কোটি লাভ অতিক্ৰমৰে ২০-২১ বর্ষত  ১০১.০৫ কোটি ৰাজহ আহৰণ কৰিবলৈ সক্ষম হৈছে ।মই অধ্যক্ষ হওঁতে ৬৮.৪৯ কোটি আছিল, লাভ আছিল ১৩.৪৯ কোটি টকা- এইদৰে কয় ডি এন পি লিমিটেডৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে


। শুকুৰবাৰে গুৱাহাটীস্থ দিনেশ মেনছনৰ পঞ্জীকৃত কাৰ্যালয়ত

অনুষ্ঠিত এখন সংবদামেলত তেওঁ লগতে কয় ' 

এইবাৰ আমি ১০০ কোটিৰ লেনদেন অতিক্ৰম কৰিছো৷

আমি যোগদান কৰাৰ পাছত সকলোৰে চাকৰি নিয়মীয়া কৰা হ’ল৷ নতুনকৈ ২৯ পদ সৃষ্টি কৰা হৈছে৷ অচিৰেই নুমলীগঁড় পৰা ডি এন পি পাইপলাইন অধিক সম্প্ৰসাৰণ চিন্তা চৰ্চা কৰা হৈছে। ২০২২ চনত গুৱাহাটী মহানগৰীলৈ নতুন গেছ লাইন আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। পূৰ্ব ভাৰতীয়ে ঘৰে ঘৰে পাইপ লাইন সংযোগ বোৰ দিয়াৰ কাম কৰি আছে। সামাজিক দায়বদ্ধতা আচঁনিৰ বাবদ ২০২০-২১ চনত কোম্পানীৰ মুঠ খৰছৰ পৰিমাণ ১.৪৩ কৌটি টকা যাৰ সহায়ত স্বচ্ছ ভাৰত অভিযানৰ অধীনত বিভিন্ন জিলাত শৌচাগাৰ নিৰ্মাণ কৰা হৈছে। তদুপৰি শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ লগতে মুধবন আৰু দুলিয়াজনত মাদাৰ অৰচাইড ষ্টেচন নিৰ্মাণৰ উপৰিও  সৌৰশক্তি চালিত ষ্ট্ৰীট লাইটৰ সু-ব্যৱস্থা কৰা হৈছে।'সংবাদমেলত তেওঁ ডি এন পি কামৰ খতিয়ান আগবঢ়ায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here