W7s News ষ্টাফৰিপোর্টাৰ : বৃহস্পতিবাৰে দিল্লীলৈ যাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
-মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা। অসম-মিজোৰামৰ সীমা সমস্যা সন্দৰ্ভত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আলোচনা। অমিত শ্বাহৰ আহ্বান মৰ্মে হিমন্ত বিশ্বৰে জোৰামথাংগাৰ আলোচনা।
#himantabiswasarma #zoramthanga #meeting #delhi
No comments:
Post a Comment