কমাৰপাট্টিত মণ্টি কার্লোৰ এক্সক্লুশ্বিভ শ্ব’ৰূম মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 17 November 2021

কমাৰপাট্টিত মণ্টি কার্লোৰ এক্সক্লুশ্বিভ শ্ব’ৰূম মুকলি

 


W7s News গুৱাহাটী :  মণ্টি কার্লো ফেশনলিমিটেডৰ গুৱাহাটীৰ ফাঁচী বজাৰৰ কমাৰপাট্টিত ইয়াৰ দ্বিতীয়টো  এক্সকুশ্বিভ শ'দম মুকলি কৰা হয়। এই আউটলেটত গ্ৰাহকে সকলো ধৰণৰ পোছাকৰ লগতে পুৰুষ, মহিলা আৰু শিশুৰ বাবে ফেশ্বনেবুল সাজ-পোছাক উপলব্ধ হৈছে। গুৱাহাটীৰ জিএছ ৰোডত থকা তেওঁলোকৰ প্ৰথম খন বিপনিৰ পৰা যথেষ্ট সঁহাৰি পোৱাৰ পিছত, এই ব্লণ্ডে কামাৰপাট্টিত ইয়াৰ দ্বিতীয়টো এক্সক্লুশ্বিপ শ্বকম মুকলি কৰে। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি মণ্টি কার্লো যেশনছ লিমিটেডৰ ইষ্টব জেনেবেল মেনেজাৰ হৰমিন্দ পাল সিঙে কয় যে, উত্তৰ মণ্টি কার্লো হৈছে উত্তৰ, মধ্য আৰু পূব ভাৰতৰ এক প্রতিষ্ঠিত ব্লেণ্ড। যুব গ্রাহকৰ যেখাৰ সোৱাদ আৰু আমাৰ দৰে উচ্চাকাংক্ষী ব্লেওৰ বাবে অগ্রাধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি, আমি অনুভৱ কৰো যে ওবাহাটী অঞ্চলত যথেষ্ট ব্যবসায়ৰ সুযোগ আছে। আমি আমাৰ গ্ৰাহকক এক সম্পূর্ণ বজাবৰ অভিজ্ঞতা প্ৰদান কৰিব বিচাৰো। মণ্টি কালোঁত পুৰুষ, মহিলা আৰু টুইনৰ বাবে বিভিন্ন ধৰণৰ ষ্টাইলিষ্ট আৰু ফেশ্বনেবল পোছাক আছে যেনে চুরেটাৰ, জেকেট, চুবেটচার্ট, টি-চাৰ্ট, চার্ট, ডেনিম, ট্রাউজাৰ, কার্ডিগান, পোছাক টপ, কুর্টি ইত্যাদি। মণ্টি কাৰ্লোৱে আধুনিক, স্বতন্ত্র আৰু নগৰীয়া মহিলাৰ বাবে আলফা ৰেখও অগঢ়ায়, পুৰুষৰ বাবে বঙাৰ বেৰ শিশুৰ বাবে বিলাসী আৰু টুইন্স মণ্টি কালো ব্ৰেণ্ডৰ পোছাক উপলব্ধ হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here