জ্যোতি চিত্ৰবনৰ নতুন অধ্যক্ষৰ দায়িত্ব ল’লে কণ্ঠশিল্পী বিদ্যাসাগৰে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday, 23 November 2021

জ্যোতি চিত্ৰবনৰ নতুন অধ্যক্ষৰ দায়িত্ব ল’লে কণ্ঠশিল্পী বিদ্যাসাগৰে

 



W7s News ষ্টাফৰিপোৰ্টাৰ: মাংগলিক ৰীতি নীতিৰে জ্যোতি চিত্ৰবনৰ নতুন অধ্যক্ষৰ দায়িত্ব ল’লে কণ্ঠশিল্পী বিদ্যাসাগৰে। গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনৰ নতুন অধ্যক্ষৰ দায়িত্ব ল’লে কণ্ঠশিল্পী বিদ্যাসাগৰে।জ্যোতি চিত্রবনৰ প্ৰাক্তন অধ্যক্ষ পৱিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত দায়িত্ব গ্ৰহণ গ্ৰহণ কৰে কণ্ঠশিল্পীজনে।জ্যোতি চিত্ৰবনৰ ২৫ সংখ্যক অধ্যক্ষ বিদ্যাসাগৰ।অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে বিদ্যাসাগৰে। জ্যোতি চিত্ৰবনক লৈ থকা বহু পৰিকল্পনাৰ কথাও জনালে নৱ নিযুক্ত কণ্ঠশিল্পীজনে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here