প্ৰেছ ক্লাব অসমৰ প্ৰেছ দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 16 November 2021

প্ৰেছ ক্লাব অসমৰ প্ৰেছ দিৱস পালন

 





W7s News গুৱাহাটী :  প্ৰতিবছৰৰ দৰে এইবেলিওঁ প্ৰেছ ক্লাব অসমৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়৷

প্ৰেছ দিৱস উপলক্ষে মহানগৰীৰ অমৃত নিউজৰ কাৰ্যালয়ত এখনি  সভা অনুষ্ঠিত হয়৷সভাপতি কৈলাশ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাগৰাকী সংবাদকৰ্মীক আদৰণি জনোৱাৰ লগতে প্ৰেছ দিৱসৰ তাৎপৰ্য বৰ্ননা কৰে সাংবাদিক হীৰেন চন্দ্ৰ কলিতাই৷ প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ নৱগ্ৰহ দেৱালয়ত  গছপুলি ৰোপণ কৰা হয়৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here