শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ২৪সংখ্যক প্ৰতিষ্ঠা দিৱস - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Tuesday, 9 November 2021

demo-image

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ২৪সংখ্যক প্ৰতিষ্ঠা দিৱস

Responsive Ads Here

 

.com/img/a/



W7s News ষ্টাফৰিপোৰ্টাৰ : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ২৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগত সংগতি ৰাখি অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযানৰ শুভাৰম্ভনি কৰে অসম  বিধান সভাৰ অধ্যক্ষ  বিশ্বজিৎ দৈমাৰীয়ে। এই সভাত আদৰি ভাষণ আগবঢ়ায় শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সচিব মাননীয় সুদৰ্শন ঠাকুৰে। অনুষ্ঠানৰ আৰম্ভণিতে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ কৰ্মচাৰীয়ে কলাক্ষেত্ৰৰ শীৰ্ষ গীত পৰিবেশন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে  জনাৰ্দন গোস্বামী, পৱন বৰঠাকুৰ, প্ৰাঞ্জল শইকীয়া, মাধুৰিমা বৰুৱা সেন, অনুৰাধা শৰ্মা পূজাৰী, যোগেন মোহন... আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *