নিৰ্মাণ কাৰ্য কৰি থকা অ্ৱস্থাত মৃত্যু বৰণ কৰা গনেশ দাসৰ গৃহত চি আই টি ইউৰ নেতৃত্ব - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 20 October 2021

নিৰ্মাণ কাৰ্য কৰি থকা অ্ৱস্থাত মৃত্যু বৰণ কৰা গনেশ দাসৰ গৃহত চি আই টি ইউৰ নেতৃত্ব




W7s News ষ্টাফৰিপোৰ্টাৰ : নিৰ্মাণ কাৰ্য কৰি থকা অ্ৱস্থাত  মৃত্যু বৰণ কৰা গনেশ দাসৰ পিতৃ মাতৃৰ ওচৰত বুধবাৰে আবেলি চি আই টি ইউৰ নেতৃত্ব‌ উপস্থিত হয়।  কামৰূপ মহানগৰ জিলাৰ ডুৰুং গাঁৱত চি আই টি ইউৰ নেতা তপন শৰ্মাৰ লগতে কেইবাজনো বিষয় ববীয়া উপস্থিত হৈ শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে।


উল্লেখ্য,  ১৮ অক্টোবৰত মহানগৰীৰ সাতগাও পাথৰকুৱৰী পথৰ দাতিত নিৰ্মীয়মান 'ৰুদ্ৰাক্ষ কুন্দন নামৰ নমহলীয়া আট্টালিকা ৰ পৰা বাগৰি পৰি মৃত্যু মুখত পৰে। নিৰ্মাণ কৰ্তাই  নিৰ্মাণ শ্ৰমিকজনক প্ৰয়োজনীয় সুৰক্ষা সামগ্ৰী যোগান নধৰাৰ  ফলতেই এই ঘটনা সংঘটিত হয়‌।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here